--°C
Loading...
Listen to Article
2 min read
80%

২৩ পুহ, শনিবাৰ, ইং ৮ জানুৱাৰী।
২০২২

১. মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে উদেশ্য বিহিন ভ্ৰমণৰ হব পাৰে, লগতে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি ( উ,ব,ই) : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সুখ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত মনৰ উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত আনৰ সহায় সহযোগিতা লাভ হ'ব, প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহ'লে খেতিয়ক সকলে সামান্য কষ্টৰ সন্মুখীন হব পাৰে।

৪. কৰ্কট ৰাশি( ড,হ) : কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, শুভ সংবাদ লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ মনত সামান্য খংঙ আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) : সিংহৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত যশস্যা বাঢ়িব, সঞ্চয় বাঢ়িব , লগতে আজি সিংহৰ কৰ্মত ক্ষেত্ৰত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব পাৰে।

৬. কন্যা ৰাশি (প,ঠ) : কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ সুযোগ লাভ কৰিব, ঘৰুৱা সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সামাজিক কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৮. বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, সমস্যাৰ সমাধান হব, যদিও আজি আপোনাৰ মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পাবলগীয়া ধন পাব পাৰে আজি, পাৰিবাৰিক দিশত শুভ হব যদিও আজি আপুনি সজাগ নহ:লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ,শ,স): কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষত্ৰত আজি যশস্যা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি-( দ,চ) : মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, আনক সহায় সহযোগিতা কৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ