--°C
Loading...
Listen to Article
2 min read
80%

১৮ পুহ, সোমবাৰ, ইং ৩ জানুৱাৰী

১. মেষ ৰাশিঃ মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, লগতে আজি আপোনাৰ নতুন কৰ্মত যোগাযোগ হ'ব পাৰে।

২.বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সাহস বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বিৰোধীতাৰ সন্মুখীন হ'ব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশিঃ মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সম্পত্তি বাঢ়িব। জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব যদিও আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।

৪.কৰ্কট ৰাশিঃ কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব। আনৰ পৰা মৰম চেনেহ লাভ কৰিব। লগত আজি আপোনাৰ কৰ্মক্ষত্ৰত জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিঃ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ বাঢ়িব। প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কাম কাজত উন্নতি হ'ব। কৰ্মব্যস্ততা বাঢ়িব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৭.তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সামাজিক সন্মান লাভ কৰিব। সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৮. বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজি সুখ বাঢ়িব। ব্যৱসায়িক দিশত উন্নতি লাভ কৰিব লগতে আজি আপোনাৰ সামাজিক সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশিঃ ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব। প্ৰেমত সঁহাৰি লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ শুভ হ'ব লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত সামান্য জটিলতা বাঢ়িব লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ পদমৰ্য্যদা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশিঃ মীন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব। ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে আৰ্থিক দিশত ক্ষতি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ