--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কম বয়সত মানুহৰ চুলি বগা হোৱাটো আজিকালি যথেষ্ট সাধাৰণ হৈ পৰিছে। যাৰ কাৰণে মানুহ লাজত পৰিবলগীয়া হয় আৰু তাৰবাবে বিভিন্ন ধৰণৰ চিকিৎসা কৰিবলগীয়া হয়। আনকি বগা ৰং লুকুৱাবলৈও বিভিন্ন ৰং ব্যৱহাৰ কৰা হয়। আজি আমি আপোনালোকক ক'ম চুলিৰ ক'লা ৰং কেনেকৈ বজাই ৰাখিব পাৰি।

বগা চুলি দেখি হতাশ নহব

চুলি ধূসৰ হোৱাৰ আচল কাৰণ কেৱল খাদ্যাভ্যাসৰ অভাৱেই নহয়, বহু ৰোগৰ প্ৰভাৱৰ বাবেও চুলি অকালতে বগা হ’বলৈ আৰম্ভ কৰে। চুলি ক’লা কৰি ৰাখিবলৈ আপুনি বেছি টেনচন লোৱাৰ প্ৰয়োজন নাই কাৰণ ইয়াক প্ৰাকৃতিকভাৱে ক’লা কৰিব পাৰি আৰু দামী সামগ্ৰীৰ প্ৰয়োজন নাথাকিব।

এইবোৰ বস্তু ব্যৱহাৰ কৰক

প্ৰথমে একাপ সৰিয়হ তেল আৰু লগতে এগিলাচ পানী, নৰসিংহ পাত, এলোভেৰা, কলৌঞ্জী, ফ্লেক্স ছিড আৰু ক'লা জিৰা লওক।

প্ৰথমে এগিলাচ পানী উতলাই তাৰ মাজতে নৰসিংহ পাত দি এলোভেৰা এটুকুৰা দি পানীত ক’লা জিৰা আৰু এক চামুচ ফ্লেক্সচিড দিব।ইয়াৰ লগতে ক'লা জিৰা, কলৌঞ্জী দিব। যেতিয়া পানী আধা গিলাচতকৈও কম হ’ব তেতিয়া সেই পানীত সৰিয়হৰ তেল একাপ দি আকৌ এবাৰ গৰম কৰিব। ই তেলৰ দৰে হৈ পৰিব। তাৰপাছত এই তেল সপ্তাহত কমেও দুবাৰ লগাব। আপোনাৰ সমস্যা অতি সোনকালে নাইকিয়া হৈ যাব।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ