--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩১ মে’ ২০২৪ শুকুৰবাৰ। ।আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব জানো আহক। 

মেষ- আজিৰ দিনটো ব্যৱসায়ত শুভ।  হাতলৈ ধন আহিব যদিও খৰচো বৃদ্ধি পাব পাৰে। বন্ধু লাভ। যদি বিনিয়োগ কৰিব বিচাৰিছে তেনেহলে হাতলৈ ডাঙৰ সুযোগ আহিব। বন্ধু লাভ। প্ৰেমত শুভ। 

বৃষ- ধন লাভৰ যোগ। সৰু-সুৰা কথাৰ বাবে কাৰোৰে লগত কাজিয়া নকৰিব। । দাম্পত্যত শুভ। পিতৃৰ বাবে চিন্তা।কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। উপহাৰ লাভ কৰিব।খৰচ বৃদ্ধি পাব পাৰে। প্ৰেমত মধ্যম। 

মিথুন- পুৰণি বিবাদৰ বাবে কষ্ট পাব পাৰে। ।সম্পত্তি সম্পৰ্কীয় বিবাদত জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ ল’ব। বিত্তীয় পৰিস্থিতি শক্তিশালী হ’ব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব। হঠাতে নতুন খবৰ লাভ।পুৰণি লাভ কৰিবলগীয়া ধন হাতলৈ অহাৰ সম্ভাৱনা।

কৰ্কট- কৰ্মক্ষেত্ৰত শুভ। যিকোনো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি দিনটোত আপুনি ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। চকুৰ ৰোগৰ সম্ভাৱনা।

সিংহ- ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। উপহাৰ লাভ কৰিব।খৰচ বৃদ্ধি পাব পাৰে। ধনো আহিব। আজিৰ দিনটো ব্যৱসায় কৰা ব্যক্তি সকলৰ বাবে শুভ। প্ৰেমত মধ্যম। 


কন্যা- আজিৰ দিনটো আপোনাৰ বাবে শুভ।অৱশ্যে বিবাদ-বিতৰ্ক এৰাই চলিব। কৰ্মক্ষেত্ৰত থকা বাধা সমূহ আঁতৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। পানীৰ পৰা সাৱধানে থাকিব। 

তুলা – আজিৰ দিনটো আপোনাৰ ভাল  চিন্তাৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত বাধা পাব পাৰে। শিক্ষাৰ্থীৰ শুভ। শুভ সংবাদ লাভৰ যোগ। জুইৰ পৰা সাৱধানে থাকিব।

বৃশ্চিক- আবেগ নিয়ন্ত্ৰণ কৰিব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। আজি কোনো আইনী বিষয়ত নোসোমাব। শিক্ষাৰ্থী সকলে  কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শুভ সংবাদ লাভৰ যোগ।  নতুন যোগাযোগ।

ধনু- আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব।  সৰু সৰু কথাতে খং নকৰিব।ই আপোনাৰ কামত প্ৰভাৱ পেলাব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। পেটৰ ৰোগৰ পৰা সাৱধান হ’ব। 

মকৰ-  সন্মান বৃদ্ধি পাব। নতুন কামৰ সন্ধান । ব্যৱসায়ী সকলৰ বাবে মধ্যম দিন। আনন্দদায়ক খবৰ পাব পাৰে। খৰচ অলপ বৃদ্ধি পাব পাৰে। 

কুম্ভ-  আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি ধন লাভ কৰাৰ বহুটো সুবিধা পাব। প্ৰেমত যদি কোনো সমস্যা হৈ আছে তেনেহলে আজি পৰিত্ৰাণ লাভ কৰিব। কথা কওঁতে ভাবি-চিন্তি ক’ব।


 মীন-আজিৰ দিনটোত আপোনাৰ সন্মান বৃদ্ধি পাব। চাকৰি বিচাৰি থকা লোক সকলে সফলতা লাভ কৰিব। ব্যৱসায়ী সকলে অধিক পৰিশ্ৰম কৰিব লাগিব।শিভ সংবাদ লাভ কৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ