--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছাত্ৰীগৰাকীৰ মাতৃৰ বক্তব্য অনুসৰি, ছাত্ৰীগৰাকীয়ে এজন মুছলমান যুৱকৰ সৈতে নিয়মীয়াকৈ ভিডিঅ' কলত কথা পাতিছিল আৰু যুৱকজনলৈ বিয়া হ'ব বিচাৰিছিল।

ডিজিটেল ডেস্ক: লামডিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে বিষাক্ত দ্ৰব্য সেৱন কৰি চৰম পদক্ষেপ লোৱাৰ চেষ্টা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান উন্নত চিকিৎসাৰ বাবে ছাত্ৰীগৰাকীক ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। নিশাৰ ভাগত পৰিয়ালৰ লোকে অসুস্থ অৱস্থাত ছাত্ৰীগৰাকীক লামডিঙৰ শ্যামা প্ৰসাদ মুখাৰ্জী চিকিৎসালয়লৈ লৈ আহে যদিও প্ৰাথমিক চিকিৎসাৰ পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ছাত্ৰীগৰাকীক ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ছাত্ৰীগৰাকীৰ স্বাস্থ্য সংকটমুক্ত নহয়।


ছাত্ৰীগৰাকীৰ মাতৃৰ বক্তব্য অনুসৰি, ছাত্ৰীগৰাকীয়ে এজন মুছলমান যুৱকৰ সৈতে নিয়মীয়াকৈ ভিডিঅ' কলত কথা পাতিছিল আৰু যুৱকজনলৈ বিয়া হ'ব বিচাৰিছিল। ঘটনাটো সংঘটিত হোৱাৰ দিনাও মাতৃয়ে নিজ কন্যাক যুৱকজনৰ সৈতে ভিডিঅ' কলত কথা পাতি থকা দেখি গালি পাৰিছিল আৰু খঙতে এটা চৰ মাৰিছিল, তাৰপাছতেই ছাত্ৰীগৰাকীয়ে নিজ জীৱন শেষ কৰি দিয়াৰ সিদ্ধান্ত লয়। 


ছাত্ৰীগৰাকীৰ এনে পদক্ষেপৰ প্ৰকৃত কাৰণ তদন্তৰ পাছতহে স্পষ্ট হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ