--°C
Loading...
Listen to Article
2 min read
80%

১.মেষ ৰাশি (অ,ল)- মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব।কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

২.বৃষ ৰাশি(উ,ব,ই)-বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে। সুখ বাঢ়িব যদিও আজি আপুনি ঘৰুৱা দিশত সজাগ হোৱাটো ভাল হ'ব।

৩.মিথুন ৰাশি( ক,ছ)-মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালীৰসকলৰ সুখ বাঢ়িব, বেচা কিনাত শুভ হ'ব। লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।

৪. কৰ্কট ৰাশি( ড,হ)-কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হ'ব। আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জটিলতা বাঢ়িব লগতে আজি আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ(ম,ট)-সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সজাগ নহ'লে কৰ্মত জটিলতা বাঢ়িব লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৬. কন্যা ৰাশি(প,ঠ)-কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত শুভ হ'ব। কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ পাব।

৭. তুলা ৰাশি(ৰ,ত)-তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা বাঢ়িব। আৰ্থিক দিশত শুভ হ'ব। প্ৰেমত শুভ হ'ব যদিও কিন্তু আজি আপুনি সকলো দিশৰ পৰা সজাগ হৈ থাকিব।

৮. বৃশ্চিক ৰাশি(ন,য)-বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ৰাজহুৱা কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। সমস্যাবোৰ সমাধান হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপমান পাবও পাৰে।

৯. ধনু ৰাশি(ধ,ভ)-ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব যদিও আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

১০. মকৰ ৰাশি (খ,জ)-মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে যদিও আজি আপোনাৰ মনৰ আশা পূৰণ হ'ব লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স)-কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত বন্ধুৰ সহায় সহযোগিতা বাঢ়িব। শুভ সংবাদ লাভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি( দ,চ)-মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব লগতে আজি আপোনাৰ জ্ঞান আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ