--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি খানাপাৰাত অনুষ্ঠিত হয় অসমৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ দৃশ্য শ্ৰৱ্য বাহনৰ শুভ উদ্বোধনী অনুষ্ঠান৷ য'ত দৃশ্য শ্ৰৱ্য বাহনৰ জৰিয়তে অসমৰ ১২৬ সমষ্টিলৈ গৈ ৰাইজৰ মতামত সংগ্ৰহ কৰিব বিজেপিয়ে। পিছে বিজেপিৰ এই বিশাল আয়োজন বিসংগতি দেখুৱালে ছাউণ্ড ছিষ্টেমে৷

আৰু পঢ়িব পাৰিব : বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণৰ মাজতে বন্ধ হৈ পৰিল মাইকটো, যাৰ ফলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ ছাউণ্ড ছিষ্টেমটো খুলি দিবলৈ কোৱাৰ লগতে দলীয় কৰ্মীলৈ মুখ্যমন্ত্ৰীয়ে সকিয়নী প্ৰদান কৰি কয় যে নিৰ্বাচন আহি আছে ইমান নীৰৱে নাথাকিব৷

আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কুইন ওজা, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ অসমৰ ৰাইজৰ মতামতৰ ভিত্তিতে, ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰি উলিয়াব ২০২১ৰ নিৰ্বাচনী ইস্তাহাৰ৷ ইস্তাহাৰ প্ৰস্তুতৰ প্ৰাকক্ষণত জনসাধাৰণৰ মত ল'বলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ যাৰ বাবে সমগ্ৰ অসমত আজি দৃশ্য শ্ৰৱ্য বাহন মুকলি কৰা হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক