--°C
Loading...
Listen to Article
2 min read
80%

কোকৰাঝাৰ : নিৰ্বাচনৰ পূৰ্বে সৰভোগত মহাজোঁট সমৰ্থিত চিপিআইএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ভাইৰেল ভিডিঅ'ই অথন্তৰ লগাইছে৷ ইয়াৰ পাছতে চিপিআইএম প্ৰাৰ্থীগৰাকীক ভোট বৰ্জনৰ আহ্বান জনাইছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বৰপেটা জিলা সমিতিৰ সভাপতি সুকুমাৰ দেৱনাথে৷

আৰু পঢ়িব পাৰিব : নাজিৰাত ভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক মূল্যৰ সা-সম্পত্তি ভস্মীভূত

সৰভোগ সমষ্টিত ১৯৭১ চনৰ পাছত অহা ২৫ হাজাৰৰো অধিক হিন্দু বাঙালী লোক থকা বুলি মন্তব্য কৰিছিল মনোৰঞ্জন তালুকদাৰে৷ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীক কাষত লৈ হিন্দু বাঙালী লোক সকলৰ বিষয়ে কৰা এটা মন্তব্যৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতেই চিপিআইএম প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে নামি পৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন৷

আৰু পঢ়িব পাৰিব : আৰএছএছত যোগ দিলে জামিনৰ প্ৰস্তাৱ অখিলক ! বন্ধ কুঠৰীৰ বিস্ফোৰক পত্ৰ

সংবাদমেলত সৰভোগত ৭১ৰ পাছত অহা ২৫ হাজাৰ হিন্দু বাঙালী বিদেশীৰ তথ্য ক'ত কেনেকৈ পালে মনোৰঞ্জন তালুকদাৰক সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনায়৷ অৱশ্যে মনোৰঞ্জন তালুকদাৰে এই কথা অস্বীকাৰ কৰি ময়দানৰ যুঁজলৈ আমন্ত্ৰণ কৰিছে বিজেপিক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক