--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঋতু পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হোৱা দেখা যায় ।এই সময়ছোৱাত ঘৰৰ পৰা বাহিৰলৈ ওলাই গ’লেই ধূলিৰ সংস্পৰ্শলৈ আহি চৰ্দি, এলাৰ্জিকে আদিকে ধৰি বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰে। এই ধৰণৰ ৰোগৰ পৰা হাত সাৰিবলৈ আমি নিজকে কেনেধৰণে সাজু কৰি ৰাখো বা কেনেদৰে এই সময়চোৱাত নিজকে নিৰোগী কৰি ৰাখিব পাৰো তাৰ বাবে এইসমূহ টিপছ মানি চলো আহক।
এই শুকান বতৰত দিনটোৰ আৰম্ভণিতেই অৰ্থাৎ পুৱা যদি আপুনি তেজপাত, তুলসীপাত, জালুক মিহলাই একাপ চাহ খাব পাৰে ই আপোনাক দিনটোৰ বাবে সুস্থ কৰি ৰাখে।
বাহিৰলৈ ওলাই গ’লে সাধাৰণতে আমি মাস্ক মাৰিবলৈ টান পাওঁ কিন্তু বাহিৰৰ ধূলি পৰা বাছি থাকিবলৈ মাস্ক মৰাটো খুবেই দৰকাৰ।
গা ধুবলৈ পাৰিলে গৰম পানী ব্যৱহাৰ কৰিব লাগে।
গা ধুৱাৰ পাছত নাক আৰু নাভিত সৰিয়হ নাইবা কলা জিৰাৰ তেল দিলে ঠাণ্ডা-চৰ্দি আদি সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো।
প্ৰতিদিনে মৌ খোৱাটো খুবেই দৰকাৰ। দোকানত পোৱা মৌৰ পৰিৱৰ্তে ঘৰুৱাভাৱে পোৱা মৌ সেৱন কৰিব পাৰিলে ই অতি বেছি উপকাৰী বুলিব পাৰি।
চৰ্দিৰ পৰা হাত সাৰি থাকিবলৈ আদা বা জ্যেষ্ঠমধু ব্যৱহাৰ কৰিব পাৰে তেতিয়া ধূলি বা ভেঁকুৰজনিত ৰোগৰ পৰা হাত সাৰিব পাৰি।
এইধৰণে ঘৰুৱা টিপছ অৱলম্বন কৰি আপুনিও হৈ থাকিব পাৰে ফিট এণ্ড ফাইন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ