--°C
Loading...
Listen to Article
2 min read
80%

ধিং : ২০২১ত চৰকাৰ গঠনৰ পাছতে প্ৰথমে খোল খাব সাৰদা আৰু ৰ’জভেলীৰ ফাইল। এই মন্তব্য কংগ্ৰেছৰ বিধায়ক ৰুপজ্যোতি কূৰ্মীৰ৷ দেওবাৰে বটদ্ৰৱা থানত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়ক কুৰ্মীয়ে৷

আৰু পঢ়িব পাৰিব :হৃদৰোগ : স্বাস্থ্য সুস্থিৰ যদিও নিৰন্তৰ চিকিৎসকৰ নিৰীক্ষণত গাংগুলী

সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফলক লৈ তেওঁ আশাবাদী বুলিও ব্যক্ত কৰে৷ ইপিনে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা কোনোপধ্যে সম্ভৱ নহয় বুলিও মন্তব্য কৰে ৰুপজ্যোতিয়ে৷ তেওঁৰ মতে, মিত্ৰতা হ'লে দুয়োটা দলৰে ক্ষতি হ'ব৷

আৰু পঢ়িব পাৰিব :মৰিয়নিত গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

২০২১ত মন্ত্ৰী হৈয়েই নৰেন্দ্ৰ মোডীয়ে নোৱাৰা কাম সম্ভৱ কৰিব বুলিও দাবী কৰে বিধায়কগৰাকীয়ে৷ আনহাতে, চুইছ বেংকৰ পৰা ধন আনি মাইক্ৰ ফাইনেন্সে জুৰুলা কৰা অসমৰ দৰিদ্ৰ মহিলাক উদ্ধাৰ কৰিব বুলিও তেওঁ মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক