--°C
Loading...

Latest News

কোন হ’ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী?  সিদ্দাৰামাইয়া  , ডি কে  শিৱকুমাৰ নে আন কোনোবা?
ৰাষ্ট্ৰীয়
কোন হ’ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী? সিদ্দাৰামাইয়া , ডি কে শিৱকুমাৰ নে আন কোনোবা?

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজ্য খনত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ স্পষ্ট ইংগিত দিছ...

অনুসৰণ কৰক
কেৱল ৰাহুল, সিদ্দাৰামায়াহ, ডিকেই নহয়! কৰ্ণাটকত কংগ্ৰেছৰ দূৰ্দান্ত সফলতাৰ আঁৰত আছে এজন নিৰ্বাচনী কৌশলবিদো! কোন এই সুনীল কানুগোলু?
ৰাষ্ট্ৰীয়
কেৱল ৰাহুল, সিদ্দাৰামায়াহ, ডিকেই নহয়! কৰ্ণাটকত কংগ্ৰেছৰ দূৰ্দান্ত সফলতাৰ আঁৰত আছে এজন নিৰ্বাচনী কৌশলবিদো! কোন এই সুনীল কানুগোলু?

ডিজিটেল ডেস্কঃ কৰ্ণাটকত জয়ৰ মুখ দেখিলে কংগ্ৰেছে। ইতিমধ্যে সমগ্ৰ দেশতে কৰ্ণাটকৰ বিজয়ৰ উদযাপন আৰম্ভ...

অনুসৰণ কৰক
কৰ্ণাটকত নিষ্ঠুৰ, একচেটিয়া শক্তিত বিশ্বাস কৰা ৰাজনীতি পৰাজিত হৈছে, কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে  উচ্ছ্বসিত মমতাৰ প্ৰতিক্ৰিয়া
ৰাষ্ট্ৰীয়
কৰ্ণাটকত নিষ্ঠুৰ, একচেটিয়া শক্তিত বিশ্বাস কৰা ৰাজনীতি পৰাজিত হৈছে, কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে উচ্ছ্বসিত মমতাৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ দক্ষিণৰ ৰাজ্য কৰ্ণাটকত  বিজেপিৰ পৰাজয়ত মমতা বেনাৰ্জী উৎফুল্লিত হৈ পৰিছে। কংগ্ৰে...

অনুসৰণ কৰক
কৰ্ণাটকৰ ফলাফলক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া, অভিনন্দন জনালে কংগ্ৰেছক
ৰাজনৈতিক
কৰ্ণাটকৰ ফলাফলক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া, অভিনন্দন জনালে কংগ্ৰেছক

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰথমটো বক্তব্য প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী...

অনুসৰণ কৰক
গৰমৰ দিনতো গাখীৰৰ লগত হালধি খায় নেকি? প্ৰথমে জানো আহক ই কিমান সঠিক
জীৱন শৈলী
গৰমৰ দিনতো গাখীৰৰ লগত হালধি খায় নেকি? প্ৰথমে জানো আহক ই কিমান সঠিক

ডিজিটেল ডেস্ক : চৰ্দি, কাহ, জ্বৰ বা বিষৰ পৰা সকাহ পোৱাৰ কথা আহিলে বেছিভাগ ভাৰতীয় লোকৰ ঘৰতে হ...

অনুসৰণ কৰক
সিদ্দাৰামাইয়াই হ’ব পাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, জানো আহক সিদ্দাৰামাইয়াৰ বিষয়ে কিছু কথা
ৰাষ্ট্ৰীয়
সিদ্দাৰামাইয়াই হ’ব পাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, জানো আহক সিদ্দাৰামাইয়াৰ বিষয়ে কিছু কথা

ডিজিটেল ডেস্কঃ  গেৰুৱাবাহিনীৰ মূৰত প্ৰচণ্ড কোব শোধাই  কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠাত অৰ্জন কৰ...

অনুসৰণ কৰক
মেজিক নম্বৰ ১১৩ অতিক্ৰম, কৰ্ণাটকত চৰকাৰ গঠন কৰাটো নিশ্চিত হ’ল কংগ্ৰেছৰ
ৰাষ্ট্ৰীয়
মেজিক নম্বৰ ১১৩ অতিক্ৰম, কৰ্ণাটকত চৰকাৰ গঠন কৰাটো নিশ্চিত হ’ল কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ বিজেপিয়ে শাসন কৰা দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য খনৰ পৰা ক্ষমতাচ্যুত হ’ল বিজেপি। নিৰংকুশ...

অনুসৰণ কৰক
ফেচবুকত চিনাকী হৈছিল যুৱকৰ সৈতে, লগ কৰিবলৈ যোৱাৰ সময়তে দলবদ্ধ বলাৎকাৰৰ বলি হ’ল দুই নাবালিকা
ৰাষ্ট্ৰীয়
ফেচবুকত চিনাকী হৈছিল যুৱকৰ সৈতে, লগ কৰিবলৈ যোৱাৰ সময়তে দলবদ্ধ বলাৎকাৰৰ বলি হ’ল দুই নাবালিকা

ডিজিটেল ডেস্কঃ আগৰতলাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ ২৪ ঘণ্টাও পাৰ নৌহ...

অনুসৰণ কৰক
দৰিদ্ৰতা হ’ব নোৱাৰে হেঙাৰ; ৰংমিস্ত্ৰীৰ সন্তানে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত লাভ কৰিলে ৯৫% নম্বৰ
ৰাষ্ট্ৰীয়
দৰিদ্ৰতা হ’ব নোৱাৰে হেঙাৰ; ৰংমিস্ত্ৰীৰ সন্তানে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত লাভ কৰিলে ৯৫% নম্বৰ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে অৰ্থাৎ ১২ মে’ত প্ৰকাশ পোৱা চিবিএছইৰ ফলাফলত ২০২৩ত ৯৪.৪% লাভ কৰি উন্নাওৰ বাসি...

অনুসৰণ কৰক
কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামাইয়া! কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিলে সম্ভাৱনা
ৰাষ্ট্ৰীয়
কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামাইয়া! কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিলে সম্ভাৱনা

ডিজিটেল ডেস্কঃ দুৰন্ত গতিৰে গেৰুৱা বাহিনীক পৰাভূত কৰি কৰ্ণটাকত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছ।...

অনুসৰণ কৰক
হিম'গ্লবিনৰ অভাৱত শৰীৰ দুৰ্বল হৈ পৰিছে নেকি? এই শুকান ফলবোৰ খালে শক্তি ঘূৰি আহিব
স্বাস্থ্য
হিম'গ্লবিনৰ অভাৱত শৰীৰ দুৰ্বল হৈ পৰিছে নেকি? এই শুকান ফলবোৰ খালে শক্তি ঘূৰি আহিব

ডিজিটেল ডেস্কঃ যদি আমাৰ তেজত হিম’গ্লবিনৰ অভাৱ হয়, তেন্তে শৰীৰত দুৰ্বলতা আহিবলৈ আৰম্ভ কৰে আৰু দৈনন্দ...

অনুসৰণ কৰক
'মই অজেয়, অপ্ৰতিৰোধ্য...':  কৰ্ণাটকত কংগ্ৰেছে ধুমুহাৰ সৃষ্টি কৰাৰ পিছতে ভাইৰেল ৰাহুল গান্ধীৰ বিশেষ ভিডিঅ'
ৰাষ্ট্ৰীয়
'মই অজেয়, অপ্ৰতিৰোধ্য...': কৰ্ণাটকত কংগ্ৰেছে ধুমুহাৰ সৃষ্টি কৰাৰ পিছতে ভাইৰেল ৰাহুল গান্ধীৰ বিশেষ ভিডিঅ'

ডিজিটেল ডেস্কঃ ভবামতেই যেন আগুৱাই গৈছে কংগ্ৰেছ। দক্ষিণ  ভাৰতৰ কেৱল মাত্ৰ এখন ৰাজ্যতে আছিল...

অনুসৰণ কৰক
আমাক অনুসৰণ কৰক অ
জনপ্ৰিয়
বৈশিষ্ট্য
মন্তব্য
Post
Post
Post
Post