--°C
Loading...

Breaking News

চকু সুস্থ ৰাখে এই কেইবিধ খাদ্যই
স্বাস্থ্য
চকু সুস্থ ৰাখে এই কেইবিধ খাদ্যই

ডিজিটেল ডেস্কঃ খাদ্যই আমাৰ দেহৰ পুষ্টিসাধনত সহায় কৰে। দেহৰ অন্যান্য অংগৰ লগতে  চকুযুৰিও মানুহৰ অমূল্য সম্পদ। চকুৰ অ...

READ MORE
দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক মুখত বাঢ়ি অহা অতিৰিক্ত নোমৰ বাবেই ট্ৰ'ল! যোগ্য প্ৰত্যুত্তৰ দিলে প্ৰাচীয়ে, কি ক’লে?
ৰাষ্ট্ৰীয়
দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক মুখত বাঢ়ি অহা অতিৰিক্ত নোমৰ বাবেই ট্ৰ'ল! যোগ্য প্ৰত্যুত্তৰ দিলে প্ৰাচীয়ে, কি ক’লে?

ডিজিটেল ডেস্কঃ নাম তেওঁৰ প্ৰাচী নিগম। উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে প্ৰাচীয়ে। ৯৮.৫ শতাংশ...

READ MORE
সমকামী সম্পৰ্কত লিপ্ত হ’লেই  ১৫ বছৰলৈ কাৰাদণ্ড! ইৰাকত নতুন আইন গৃহীত
ৰাষ্ট্ৰীয়
সমকামী সম্পৰ্কত লিপ্ত হ’লেই ১৫ বছৰলৈ কাৰাদণ্ড! ইৰাকত নতুন আইন গৃহীত

ডিজিটেল ডেস্কঃ সমকামী সম্পৰ্কত লিপ্ত হ'লেই ১৫ বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে। ইৰাকৰ সংসদত সমকামী সম্পৰ্কক বেআইনী ঘোষণা কৰি অন...

READ MORE
পেটত পেলুৰ সমস্যা? পাকঘৰত  সততে থকা এই ৫ বিধ  বস্তুৰে নাশ কৰিব পাৰে পেলু
স্বাস্থ্য
পেটত পেলুৰ সমস্যা? পাকঘৰত সততে থকা এই ৫ বিধ বস্তুৰে নাশ কৰিব পাৰে পেলু

ডিজিটেল ডেস্কঃ সৰুৱেই হওক বা ডাঙৰ, পেলুৰ সমস্যা বহুতৰে হোৱা দেখা যায়। পাকস্থলীত কৃমি  বা পেলু হ’লে  ভোক ...

READ MORE
এইটো 'বাঘ'ৰ বাবেই পুডুচেৰীত ধৰ ধৰ মাৰ মাৰ পৰিবেশ, দুৱাৰ-ঘৰ মাৰি ভিতৰতে আবদ্ধ আবাসী, আৰক্ষী নামিল 'বাঘ'ৰ সন্ধানত
ৰাষ্ট্ৰীয়
এইটো 'বাঘ'ৰ বাবেই পুডুচেৰীত ধৰ ধৰ মাৰ মাৰ পৰিবেশ, দুৱাৰ-ঘৰ মাৰি ভিতৰতে আবদ্ধ আবাসী, আৰক্ষী নামিল 'বাঘ'ৰ সন্ধানত

ডিজিটেল ডেস্কঃ বাঘ ঐ বাঘ! পুডুচেৰীৰ  ল'জপেটত বাঘ ওলাইছে৷ খবৰটো বতাহৰ গতিত বিয়পি পৰাৰ লগে লগে ভয়তে পেঁপৱা লাগিল ল'জপ...

READ MORE
ব্যায়াম কৰাৰ সময়ত কেতিয়াও নকৰিব এই পাঁচটা ভুল, অন্যথা হ’ব পাৰে ভীষণ ক্ষতি
জীৱন শৈলী
ব্যায়াম কৰাৰ সময়ত কেতিয়াও নকৰিব এই পাঁচটা ভুল, অন্যথা হ’ব পাৰে ভীষণ ক্ষতি

ডিজিটেল ডেস্কঃ  ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে অতি দৰকাৰী।   ফিটনেছ বিশেষজ্ঞসকলৰ মতে, যদি আপোনাৰ জিমলৈ যা...

READ MORE
মাটি খান্দি থাকোতেই ওলাল অমূল্য ধনঃ হাৰিয়ানাৰ মানেছাৰ গাঁৱত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি
ৰাষ্ট্ৰীয়
মাটি খান্দি থাকোতেই ওলাল অমূল্য ধনঃ হাৰিয়ানাৰ মানেছাৰ গাঁৱত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি

ডিজিটেল ডেস্কঃ   হাৰিয়ানাত উদ্ধাৰ হৈছে ৪০০ বছৰ পুৰণি ভগৱান বিষ্ণুৰ মূৰ্তি। ৪০০ বছৰ ধৰি মাটুৰ তলত পোত গৈ থকা ম...

READ MORE
ঘৰৰ কোন দিশত ৰুব লাগে বেলগছ ? বাস্তুশাস্ত্ৰ মতে ঘৰৰ কোন দিশত কি গছ ৰোপন কৰিলে শুভ ফল লাভ কৰিব পাৰি?
জীৱন শৈলী
ঘৰৰ কোন দিশত ৰুব লাগে বেলগছ ? বাস্তুশাস্ত্ৰ মতে ঘৰৰ কোন দিশত কি গছ ৰোপন কৰিলে শুভ ফল লাভ কৰিব পাৰি?

ডিজিটেল ডেস্কঃ গছ-গছনিয়ে পৰিবেশ সুন্দৰ কৰি ৰাখে। সেয়ে ঘৰৰ কাষত গছ-গছনি ৰোপন কৰাটো ভাল। গছৰ পৰাই মানৱ জীৱনৰ সঞ্জীৱনী স্বৰ...

READ MORE
হামাছৰ যোদ্ধাৰ বুকুত ফুলিল প্ৰেমৰ গোলাপ! পণবন্দী ইজৰাইলী যুৱতীক দিলে বিয়াৰ প্ৰস্তাৱ
আন্তঃৰাষ্ট্ৰীয়
হামাছৰ যোদ্ধাৰ বুকুত ফুলিল প্ৰেমৰ গোলাপ! পণবন্দী ইজৰাইলী যুৱতীক দিলে বিয়াৰ প্ৰস্তাৱ

ডিজিটেল ডেস্কঃ ইজৰাইল-হামাছ যুদ্ধৰ মাজতে এগৰাকী ইজৰাইলী যুৱতীয়ে প্ৰকাশ কৰিছে যে হামাছৰ এগৰাকী যোদ্ধাই তেওঁক বিয়া কৰাব ব...

READ MORE
বিদেশৰ মাটিত পুনৰ উজলিল অসম কন্যাঃ চীনত অনুষ্ঠিত উবেৰ কাপত দুই অসম কন্যা অস্মিতা-ঈশাৰাণীৰ চমক
ক্ৰীড়া
বিদেশৰ মাটিত পুনৰ উজলিল অসম কন্যাঃ চীনত অনুষ্ঠিত উবেৰ কাপত দুই অসম কন্যা অস্মিতা-ঈশাৰাণীৰ চমক

ডিজিটেল ডেস্কঃ বিদেশৰ মাটিত পুনৰ জিলিকি উঠিছে অসমৰ দুই কন্যা৷ অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈশাৰা...

READ MORE
ঘৰত পানী ৰখা জলাধাৰ, স্নানাগাৰ আদি কোন দিশত স্থাপন কৰিব লাগে? বাস্তুৰ বিধান
জীৱন শৈলী
ঘৰত পানী ৰখা জলাধাৰ, স্নানাগাৰ আদি কোন দিশত স্থাপন কৰিব লাগে? বাস্তুৰ বিধান

ডিজিটেল ডেস্কঃ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যদি বাস্তু শাস্ত্ৰৰ বিধি সঠিকভাৱে মানি চলা নহয় তেন্তে তেনে ঘৰৰ পৰা সুখ শান্তিয়ে পল...

READ MORE
সন্ত্ৰাসবাদী কাছাবক ফাঁচীকাঠত ওলোমোৱা আইনজীৱী উজ্জ্বল নিকামক বিজেপিয়ে দিলে নিৰ্বাচনৰ টিকট
ৰাষ্ট্ৰীয়
সন্ত্ৰাসবাদী কাছাবক ফাঁচীকাঠত ওলোমোৱা আইনজীৱী উজ্জ্বল নিকামক বিজেপিয়ে দিলে নিৰ্বাচনৰ টিকট

ডিজিটেল ডেস্কঃ ২৬/১১ মুম্বাই কাণ্ডৰ সেই বিভীষিকাময় দিনৰ কথা মানুহৰ এতিয়াও মনত আছে৷ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল ক...

READ MORE
FOLLOW US F
POPULAR
FEATURE
COMMENTS
Post
Post
Post
Post