১০ বছৰে ঘৰৰ সদস্য হৈ থকা পোহনীয়া ভাটৌ উৰি গুচি গ’ল; সন্ধান দিওঁতাক ১১ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা
সুদীৰ্ঘ এটা দশক ধৰি এলেক্স কেৱল এটা পোহনীয়া চৰাই হৈ থকা নাছিল, ই পৰিয়ালটোৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ আৰু ঘৰখনৰ হাঁহি-আনন্দৰ কাৰণ হৈ পৰিছিল।
আৰু পঢ়ক