বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
২০২৪ চনত বাংলাদেশৰ ছাত্ৰ প্ৰতিবাদত সেও মানি প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰিছিল শ্বেখ হাছিনাই। তাৰ পাছতে তেওঁ ভাৰতলৈ আহি ৰাজনৈতিক আশ্রয় গ্রহণ কৰে।
আৰু পঢ়ক