অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বিট্টুৱে নদীৰ পাৰত মানুহৰ সুবিধাৰ বাবে ডাষ্টবিন ৰাখিছিল, কিন্তু তাৰে এটা ডাষ্টবিন চুৰি হৈ গ’ল। অৰ্থাৎ চাফাইৰ পিছতো নদীখন পৰিষ্কাৰ কৰি ৰখাটো তেওঁৰ বাবে...
আৰু পঢ়ক