নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
নিজৰ বুলিবলৈ এখন পকী ঘৰত জীৱনৰ শেষকেইটা দিন কটাব বিচাৰিছিল আইতাই। সেই সপোন পূৰণৰ আশাত হাতযোৰ কৰি কেইবাবাৰো মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছিল আইতাই।
আৰু পঢ়ক