ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
ধনঞ্জয় কুমাৰে বিগত ৩ বছৰ ধৰি ষঠ পূজাত ঘৰলৈ অহা নাছিল। এইবাৰ তেওঁ ঠিক কৰি লৈছিল যে যিকোনো প্ৰকাৰে ষঠ পূজাত গাঁৱৰ ঘৰলৈ যাবই। বিগত ২ মাহ ধৰি তেওঁ ট্রেইন...
আৰু পঢ়ক