কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
যাত্ৰীবাহী ট্ৰেভেলাৰখনত ৩৫ জনতকৈ অধিক যাত্ৰী আছিল, যিসকলৰ অধিকাংশই আছিল কলেজৰ ছাত্ৰী আৰু অন্যান্য যাত্ৰী। কাজিৰঙাৰ হাতীকুলি চাহ বাগিচাৰ সমীপৰ ৰঙাজানত...
আৰু পঢ়ক