আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
হঠাৎ ৰে'ল চলি যোৱাত ভিতৰত থকা মহিলা আৰু শিশুসকলৰ মাজত হাহাকাৰ লাগে। তেওঁলোকে টিটিই আৰু কৰ্মচাৰীক দুৱাৰ খুলি দিবলৈ বা ৰে’ল ৰাখিবলৈ কাবৌ-কাকূতি কৰে যদিও...
আৰু পঢ়ক