যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
ডিজিটেল ডেস্কঃ দাঁত লেতেৰা আৰু ক্ষয় যোৱা বাবেই ব্ৰিটিছ সেনাবাহিনীত নিযুক্তি পোৱা ১৭৩ জন নতুন জোৱানক সেনাবাহিনীৰ পৰা বৰ্খাস্ত কৰা হৈছে...
আৰু পঢ়ক